List of top Assamese Questions on Writing Skills asked in CBSE Class X

Section B - লিখন কলা
2) a) তলত দিয়া সংকেত বাক্যৰ সহায়ত গল্পটো সম্পূৰ্ণ কৰা। শিৰোনাম আৰু নীতিশিক্ষা দিবা ।

এহাল বুঢ়া-বুঢ়ী.....বুঢ়াই কচু কেচাঁই ৰুলে। শিয়ালে সিজাই ৰুব কোৱাত বুঢ়াই সিজাই ৰুলে.....শিয়ালে খাই পেলালে.....বুঢ়াই লালীগুৰ সানি মৰা ভাও ধৰিলে..... বুঢ়ীয়ে কান্দিবলৈ ধৰিলে.....শিয়ালবোৰে বুঢ়াক খাবলৈ অহাত কেইটামান কোবাই মাৰিলে.....এদিন বুঢ়ী জীয়েকৰ ঘৰলৈ গ'ল.... বাটত শিয়ালে আগচি খাব খোজাত বুঢ়ীয়ে কাবৌ কৰি উভতি আহিলে খাব ক'লে...বুঢ়ীয়ে জীয়েকৰ ঘৰৰপৰা এটা ডাঙৰ লাউৰ ভিতৰত সোমাই বাগৰি আহিল ......ঘৰৰ ওচৰত শিয়ালে লাউটো ভাঙি বুঢ়ীক খাবলৈ ওলাল..... বুঢ়ীয়ে নাচ শিকাব বুলি কৈ গানৰ সুৰত কুকুৰ দুটাক মাতিলে.....কুকুৰে শিয়াল খেদিলে ।

নাইবা